১৯ নৱেম্বৰ-ইতিহাসত আজিৰ দিনটো

©Admin
0
আজি ১৯ নৱেম্বৰ; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৪২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি আন্তৰ্জাতিক পুৰুষ দিৱস।
🧭আজি আন্তৰ্জাতিক মহিলা উদ্যমিতা দিৱস।
🧭 আজি মালি দেশৰ মুক্তি দিৱস।
🧭 ১৮১৬ চনত ৱাৰশ্ব' বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল।
🧭১৯১২ চনত প্ৰথম বলকান যুদ্ধৰ আৰম্ভণি হৈছিল।
🧭 ১৯৫৫ চনত National Review কাকতৰ প্ৰথম সংখ্যা প্ৰকাশিত হৈছিল।

💠 সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)