১৮ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0

(১) আজি অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী জুবিন গাৰ্গৰ জন্মদিন (১৯৭২)।

(২) বিহগী কবি ৰঘুনাথ চৌধাৰীৰ পৰলোক প্ৰাপ্তি হৈছিল ১৯৬৭ চনৰ আজিৰ দিনটোতে।

(৩) জয়পুৰ চহৰ প্ৰতিষ্ঠা হয় ১৭২৭ চনৰ আজিৰ দিনটোতে। এই চহৰৰ প্ৰধান স্থপিতবিদ আছিল বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী।

(৪) বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰে ১৯৭২ চনৰ আজিৰ দিনটোতে। উল্লেখ্য যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পশু আছিল সিংহ।

(৫) ডেনমাৰ্কৰ পদাৰ্থ বিজ্ঞানী নীলছ ব’ৰৰ মৃত্যু হয় ১৯৬২ চনৰ আজিৰ দিনটোতে।

(৬) ১৯৪১ চনৰ আজিৰ দিনটোতে খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু হয়। ১৯২০ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

(৭) আজি ভাৰতৰ স্থলসেনা দিৱস।

(৮) ১৯৫৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ ৰঞ্জন গগৈৰ জন্ম হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)