সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
1) ভাৰতৰ কোনগৰাকী নেতাক কানাডাৰ ৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ?
উ- অনিতা আনন্দ 
২) ৰাজ্যসভাৰ নতুন মহাসচিব জন কোন?
উ- পি চি মুদী 
৩) "Law Index 2021" ত ভাৰতবৰ্ষৰ কিমান তম স্থানত আছে ?
উ- ৭৯ তম 
৪) ভাৰতৰ বৰ্তমান ৭২ তম গ্ৰেন মাষ্টাৰ কোন?
উ- মিত্ৰভা গোহা (Mitrabha Guha)
৫) ফিফা ৰেংকিঙ ২০২১ ত ভাৰতবৰ্ষৰ কিমান স্থানত আছে ?
উ- ১০৬ তম 
৬) আই .পি.এলত কোনটো নতুন দল অন্তৰ্ভুক্ত হ'ল ?
উ- লক্ষ্মৌ আৰু আহমেদাবাদ

সংগ্ৰাহক :সত্য তেলেংগা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)