১৭ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  1. ২০০০ বৰ্ষৰ আজিৰ দিনটোতে শিৱসাগৰৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলিয়াই হত্যা কৰা হৈছিল।
  2. ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় ১৯৩৯ চনৰ আজিৰ দিনটোতে। তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে।
  3. ১৫২৫ খ্ৰীষ্টৰ আজিৰ দিনটোতে বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল।
  4. আজিৰ দিনটোতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্ণৌ দখল কৰে।
  5. স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোতে।
  6. তৃতীয় আৰু অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় ১৯৩২ চনৰ আজিৰ দিনটোতে। উল্লেখ্য যে এই মেজমেলখন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ।
  7. আজিৰ দিনটোতে ১৯১৯ চনত দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
  8. কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয় ১৫৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে।
  9. আজি আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)