সাধাৰণ জ্ঞান (General Knowledge)

Rinku Rajowar
0
(১) পৃথিৱীৰ উচ্চতম পৰ্বত শ্ৰেণী কি?
উত্তৰ:- হিমালয়।

(২) পৃথিৱীৰ উচ্চতম শৃংগ কি?
উত্তৰ:- মাউণ্ট এভাৰেষ্ট।

(৩) পৃথিৱীৰ উচ্চতম মালভূমি কি?
উত্তৰ:- পামিৰ।

(৪) পৃথিৱীৰ উচ্চতম প্ৰাণী কি?
উত্তৰ:- জিৰাফ।

(৫) ভাৰতৰ বৃহত্তম ব-দ্বীপ কি?
উত্তৰ:- সুন্দৰ বন।

(৬) ভাৰতৰ বৃহত্তম মৰুভূমি কি?
উত্তৰ:- থৰ মৰুভূমি।

(৭) ভাৰতৰ দীৰ্ঘতম নদী কি?
উত্তৰ:- গংগা।

(৮) ৰাষ্ট্ৰ সংঘৰ বৰ্তমান সচিব প্ৰধান কোন?
উত্তৰ:- এণ্টনিঅ' গুটেৰেছ।

(৯) ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:- ২৪ অক্টোবৰ।

(১০) পৃথিৱীত ৰাষ্ট্ৰ সংঘৰ দ্বাৰা স্বীকৃত মুঠ দেশ কেইখন?
উত্তৰ:- ১৯৩

(১১) ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কিমানখন?
উত্তৰ:- ৫ খন।

(১২) ৰাষ্ট্ৰ সংঘৰ মুখ্য কাৰ্যালয় ক'ত?
উত্তৰ:- নিউয়ৰ্ক।

(১৩) ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?
উত্তৰ:- ১৫

(১৪) আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- জৰ্জ ৱাশ্বিংটন।

(১৫) মহাকাশলৈ যোৱা প্ৰথম মানৱ?
উত্তৰ:- য়ুৰি গেগৰিন।

(১৬) ক্ষমতাৰ এছ আই একক কি?
উত্তৰ:- ৱাট।

(১৭) বলৰ এছ আই একক কি?
উত্তৰ:- নিউটন।

(১৮) শক্তিৰ এছ আই একক কি?
উত্তৰ:- জুল।

(১৯) গছৰ পাত সেউজীয়া হোৱাৰ কাৰক কি
উত্তৰ:- ক্লৰ'ফিল।

(২০) গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি?
উত্তৰ:- বেক্টেৰিয়া।

(২১) ভিটামিন D ৰ অভাৱত কি বেমাৰ হয়?
উত্তৰ:- ৰিকেটচ।

(২২) বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ:- ১ ডিচেম্বৰ।

(২৩) কাঠ পেঞ্চিলত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়?
উত্তৰ:- গ্ৰেফাইট।

(২৪) তলৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে?
উত্তৰ:- কাছাৰ।

(২৫) প্ৰাচীন অসমৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- পুষ্য বৰ্মন।

(২৬) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৫ আগষ্ট, ১৯৮৫ চনত।

(২৭) তলৰ কোনখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ?
উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(২৮) গুণমালা পুথিৰ ৰচক কোন?
উত্তৰ:- শংকৰদেৱ।

(২৯) ঐনিতম কোন জনগোষ্ঠীৰ লোক সংগীত?
উত্তৰ:- মিচিং।

(৩০) কিমান তাৰিখে আমাৰ দেশত সংবিধান দিৱস পালন কৰে?
উত্তৰ:- ২৬ নৱেম্বৰ।

(৩১) প্ৰথম অসমীয়া আই চি এছ পাছ কৰা ব্যক্তি কোন?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(৩২) ২০১৮ চনৰ বিশ্ব কাপ ফুটবল বিজয়ী দেশ কোনখন?
উত্তৰ:- ফ্ৰান্স।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)