দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২১কাতি, সোমবাৰ, ইং ৮ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৯/৫২ ,সূৰ্য্যাস্ত 
ঘ:৪/৩৫/২

 *ৰাশি:-* ধনু ৰাশি।
 *তিথি :-* শুক্লা চতুৰ্থী। স:ঘ:- ৬/০/৮ লৈ।
 *নক্ষত্ৰ :-*  মূলা।ৰা:ঘ:- ১২/১১/২৭ লৈ।
 *শুভ সংখ্যা:-* ৬/২
 *শুভ ৰং :-*  বগা/ গোৱপীয়া ৰং।
 *আদ্যঋতু হলে :-*  পতিহীনা   যোগ।
 *মৰণত দোষ:-* নাই।
 *যাত্ৰা:-* নৈঋত কোনত নাই।স:ঘ:- ৬/০/৮ যোৱাত দক্ষিণ দিশত নাই।
 *যোগিনী :-* নৈঋত কোনত ।স:ঘ:- ৬/০/৮ যোৱাত দক্ষিণ দিশত ।
*ভক্ষাভক্ষ্য:-* মূলা খোৱা নিষেধ।স: ঘ:- ৬/০/৮ যোৱাত বেল খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, প্ৰিয় ব্যক্তিৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে শত্ৰু  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, কৰ্মক্ষেত্ৰ বন্ধুৰ আগমন হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সামান্য অশান্তি বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ , লগতে আজি পাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাল  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,কৰ্মত সফল হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফল হব, লগতে আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট   পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ হব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ভ্ৰমণত শুভ হব, লগতে আজি আপোনাৰ ধন আৰু সন্মান লাভ  হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, লগতে কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ হোৱাটো ভাল হব।  

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত শাৰীৰিক দিশত মধ্যম হব যদিও আজি আপুনি সজাগ নহৰে  বন্ধুৰ লগত সামান্য মনোমালিন্য হব পাৰে লগতে লগতে দেহ মনত সামান্য আঘাত  পোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, লগতে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                
" মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)