অসমীয়া সাধাৰণ জ্ঞান (General knowledge)

Rinku Rajowar
0
(১) অসম জুডিচিয়েল একাডেমী কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ২০০৯ চনত।

(২) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?
উত্তৰ:- ৬২ বছৰ।

(৩) ভাৰতত বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে?
উত্তৰ:- ২৪ খন।

(৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- ৰঞ্জন গগৈ।

(৫) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা কিমান?
উত্তৰ:- ৩১ জন।

(৬) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- এইচ জে কানিয়া।

(৭) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে।

(৮) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?
উত্তৰ:- ৬৫ বছৰ।

(৯) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে বৰ্খাস্ত কৰিব পাৰে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে সংসদৰ সন্মতি ক্ৰমে।

(১০) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতি।

(১১) ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কি?
উত্তৰ:- কলিকতা উচ্চ ন্যায়ালয়।

(১২) ভাৰতৰ উচ্চতম ন্যায়ালয় কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২৮ জানুৱাৰী, ১৯৫০ চনত।

(১৩) জিলা আদালতৰ মুখ্য বিচাৰপতিজন কোন?
উত্তৰ:- জিলা ন্যায়াধীশ।

(১৪) ভাৰতৰ সংবিধানৰ জনক বুলি কাক জনা যায়?
উত্তৰ:- বি আৰ আম্বেদকাৰক।

(১৫) ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?
উত্তৰ:- ২৬ জানুৱাৰী, ১৯৫০ চনত।

(১৬) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ৰঞ্জন গগৈ।

(১৭) গৌহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- হলিৰাম ডেকা।

(১৮) কোনে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে?
উত্তৰ:- মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

(১৯) যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২১ জুনত।

(২০) NRC ৰ সম্পূৰ্ণ ৰূপ-
উত্তৰ:- National Register of Citizens.

(২১) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৬৯ চনত।

(২২) পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।

(২৩) শেষৰ জন শিখ গুৰু কোন আছিল?*
উত্তৰ:- গুৰু গোবিন্দ সিং।

(২৪) প্ৰথম জন শিখ গুৰু কোন আছিল?
উত্তৰ:- গুৰু নানক।

(২৫) আহোমৰ শেষ ৰাজধানী কি আছিল?
উত্তৰ:- যোৰহাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)