উত্তৰ:- ২০০৯ চনত।
(২) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?
উত্তৰ:- ৬২ বছৰ।
(৩) ভাৰতত বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে?
উত্তৰ:- ২৪ খন।
(৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- ৰঞ্জন গগৈ।
(৫) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা কিমান?
উত্তৰ:- ৩১ জন।
(৬) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- এইচ জে কানিয়া।
(৭) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে।
(৮) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?
উত্তৰ:- ৬৫ বছৰ।
(৯) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে বৰ্খাস্ত কৰিব পাৰে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে সংসদৰ সন্মতি ক্ৰমে।
(১০) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতি।
(১১) ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কি?
উত্তৰ:- কলিকতা উচ্চ ন্যায়ালয়।
(১২) ভাৰতৰ উচ্চতম ন্যায়ালয় কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২৮ জানুৱাৰী, ১৯৫০ চনত।
(১৩) জিলা আদালতৰ মুখ্য বিচাৰপতিজন কোন?
উত্তৰ:- জিলা ন্যায়াধীশ।
(১৪) ভাৰতৰ সংবিধানৰ জনক বুলি কাক জনা যায়?
উত্তৰ:- বি আৰ আম্বেদকাৰক।
(১৫) ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?
উত্তৰ:- ২৬ জানুৱাৰী, ১৯৫০ চনত।
(১৬) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ৰঞ্জন গগৈ।
(১৭) গৌহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- হলিৰাম ডেকা।
(১৮) কোনে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে?
উত্তৰ:- মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।
(১৯) যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২১ জুনত।
(২০) NRC ৰ সম্পূৰ্ণ ৰূপ-
উত্তৰ:- National Register of Citizens.
(২১) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৬৯ চনত।
(২২) পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।
(২৩) শেষৰ জন শিখ গুৰু কোন আছিল?*
উত্তৰ:- গুৰু গোবিন্দ সিং।
(২৪) প্ৰথম জন শিখ গুৰু কোন আছিল?
উত্তৰ:- গুৰু নানক।
(২৫) আহোমৰ শেষ ৰাজধানী কি আছিল?
উত্তৰ:- যোৰহাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ