আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
 আজি হ'ল গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৯ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ভাৰতৰ ৰাষ্ট্ৰীয় গণিত দিৱস।
🧭 আজি ইণ্ডোনেছিয়াৰ মাতৃ দিৱস।
🧭 আজি কিউবাৰ শিক্ষক দিৱস।
🧭 আজি জিম্বাবোৱেৰ একতা দিৱস।

💠 সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)