আজিৰ দিনটোৰ বিশেষত্ব

 আজি হ'ল গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৬ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৯ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ভাৰতৰ ৰাষ্ট্ৰীয় গণিত দিৱস।
🧭 আজি ইণ্ডোনেছিয়াৰ মাতৃ দিৱস।
🧭 আজি কিউবাৰ শিক্ষক দিৱস।
🧭 আজি জিম্বাবোৱেৰ একতা দিৱস।

💠 সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send