- ১৫৫৬ = চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভুনিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৫৭১ = লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
- ১৯৫০ = জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
- ১৯৬৮ = উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
- ১৯৯৭ = আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
- ২০০৯ = ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হয়।
২৩ জানুৱাৰী-ইতিহাসত আজিৰ দিনটো
January 23, 2022
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ