- ১৫৫৬ = চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভুনিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৫৭১ = লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
- ১৯৫০ = জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
- ১৯৬৮ = উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
- ১৯৯৭ = আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
- ২০০৯ = ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হয়।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব