০২ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব

আজি হ'ল ২ জানুৱাৰী ; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ দ্বিতীয় দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৬৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজিৰ দিনটোতেই ১৭৫৭ চনত ৰৰ্বাট ক্লাইভে নৱাব চিৰাজদ্দৌলাৰ পৰা বংগদেশ কাঢ়ি লৈছিল।
♣️ আজিৰ দিনটোতেই ১৮৮২ চনত বিশ্বৰ প্ৰথম কয়লা আধাৰিত বিজুলী উৎপাদন কেন্দ্ৰটো লণ্ডনত স্থাপন কৰা হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send