Home কুঁহিস্মিতা বৰা ০২ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব ০২ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব Author - person©Admin January 02, 2022 0 share আজি হ'ল ২ জানুৱাৰী ; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ দ্বিতীয় দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৬৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---♣️আজিৰ দিনটোতেই ১৭৫৭ চনত ৰৰ্বাট ক্লাইভে নৱাব চিৰাজদ্দৌলাৰ পৰা বংগদেশ কাঢ়ি লৈছিল।♣️ আজিৰ দিনটোতেই ১৮৮২ চনত বিশ্বৰ প্ৰথম কয়লা আধাৰিত বিজুলী উৎপাদন কেন্দ্ৰটো লণ্ডনত স্থাপন কৰা হৈছিল। Tags কুঁহিস্মিতা বৰা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ