Homeকুইজ সাধাৰণ জ্ঞান January 01, 2022 0 🔰নৱজাগৰণৰ সূচনা ক'ত হৈছিল?➖ইটালী।🔰"The Prince" গ্ৰন্থখনৰ লেখক কোন?➖মেকিয়াভেলি।🔰"ডেভিদ" প্ৰতিমূৰ্তিৰ নিৰ্মাতা কোন?➖মাইকেল এঞ্জেলো।🔰প্ৰটেষ্টাণ্ট ধৰ্মৰ উদ্ভৱ হৈছিল?➖ষোড়শ শতাব্দী।🔰বাণিজ্যিক বিপ্লৱৰ কোনো শতিকাত উন্মেষ ঘটিছিল?➖ষোড়শ শতাব্দী। Tags: কুইজ কুঁহিস্মিতা বৰা সাধাৰণ জ্ঞান