সাধাৰণ জ্ঞান

0
🔰নৱজাগৰণৰ সূচনা ক'ত হৈছিল?
➖ইটালী।
🔰"The Prince" গ্ৰন্থখনৰ লেখক কোন?
➖মেকিয়াভেলি।
🔰"ডেভিদ" প্ৰতিমূৰ্তিৰ নিৰ্মাতা কোন?
➖মাইকেল এঞ্জেলো।
🔰প্ৰটেষ্টাণ্ট ধৰ্মৰ উদ্ভৱ হৈছিল?
➖ষোড়শ শতাব্দী।
🔰বাণিজ্যিক বিপ্লৱৰ কোনো শতিকাত উন্মেষ ঘটিছিল?
➖ষোড়শ শতাব্দী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)