১ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
আজি হ'ল ১ জানুৱাৰী ; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ প্ৰথম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৬৪ দিন বাকী থাকে।। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ইটালীৰ সংবিধান দিৱস।
🧭 আজি টাইৱানৰ প্ৰতিষ্ঠা দিৱস।
🧭 আজি কেমেৰুণৰ স্বাধীনতা দিৱস।
🧭 আজিৰ দিনটোতেই ১৯৩২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক বিভাগে জৰ্জ ৱাশ্বিংটনৰ ২০০ তম জন্ম জয়ন্তী উপলক্ষে বিশেষ ১২ টা ডাকটিকট মুকলি কৰে।
🧭 আজিৰ দিনটোতেই ১৯৫৮ চনত ইউৰোপীয় অৰ্থনৈতিক সংঘৰ প্ৰতিষ্ঠা হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)