সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ' দাদা চাহেব ফাল্কে বঁটা' আৰু ২০০৯ চনত 'সংগীত ৰত্ন' বঁটা লাভ কৰা এই গৰাকী প্ৰথম ব্যক্তি। ব্যক্তি গৰাকী‌ কোন ?
উত্তৰ - ড⁰ ভূপেন হাজৰিকা
প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?
উত্তৰ- লাচিত বঁটা
প্ৰশ্ন‌: যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?
উত্তৰ- ২০১১ চনত।
প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?
উত্তৰ- ৫০ বছৰ ।
প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন ? 
উত্তৰ- যতিন্দ্ৰনাথ দুৱৰা। 
প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি ? 
উত্তৰ - অসম উপত্যকা সাহিত্য বঁটা।
প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?
উত্তৰ- আম্বেদকাৰ বঁটা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)