১০ জানুৱাৰী আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Aditi Tanti
0
১০ জানুৱাৰী (ইংৰাজী: 10 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১০ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৫টা দিন (অধিবৰ্ষত ৩৫৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


👉১৮৬৩ খৃঃ - লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
👉১৯৪৬ খৃঃ - ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
👉২০০৮ খৃঃ - দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন।
👉১৮৮৩ খৃঃ - এলেক্সেদ্ৰো নিকলাৱিস টলষ্টয়, ৰুছ লেখকৰ জন্ম ।
👉১৯৭৪ খৃঃ - হৃত্বিক ৰোশন, তাৰকা বলীউদ অভিনেতাৰ জন্ম ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)