সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
#অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উত্তৰ: হৰিশংকৰ ব্ৰহ্ম
#২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ: জয়ন্ত মাধৱ বৰা।
#কিমান চনত Assam Association গঠন হৈছিল?
উত্তৰ:১৯০৩ চনত।
# অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উত্তৰ: গোৱালপাৰা জিলা।
#অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উত্তৰ: বৰাইল পৰ্বত। 
#অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: শৰৎচন্দ্ৰ গোস্বামী
# ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উত্তৰ:১৯৮১ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)