আজি হ'ল ১২ জানুৱাৰী; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৫৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
♣️আজিৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটো টাঞ্জানিয়াত জাঞ্জিবা বিপ্লৱ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটোতেই ১৯১১ চনত ইউনিভাৰ্ছিটি অৱ ফিলিপাইনছৰ প্ৰতিষ্ঠা হৈছিল।