১২ জানুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব

আজি হ'ল ১২ জানুৱাৰী; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৫৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজিৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটো টাঞ্জানিয়াত জাঞ্জিবা বিপ্লৱ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটোতেই ১৯১১ চনত ইউনিভাৰ্ছিটি অৱ ফিলিপাইনছৰ প্ৰতিষ্ঠা হৈছিল।
♣️ আজিৰ দিনটোতেই ১৯১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচ অৱ ৰিপ্ৰেজেনটেটিভে ৰাজ্যসমূহে মহিলাৰ ভোটাধিকাৰ বিচাৰি আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰিছিল।

Post a Comment

Previous Post Next Post