১৩ জানুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
১৩ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩৫২ টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৮৮৯ খৃষ্টাব্দত অসমীয়া বাৰ্তালোচনী জোনাকীৰ প্ৰথম সংস্কৰণ প্ৰকাশ।

২/ আজিৰ দিনটোতে ১৯০৫ চনত অসমৰ সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ জন্ম হয়।

৩/ আজিৰ দিনটোতে ১৯৪৯ চনত ভাৰতৰ প্ৰথমজন মহাকাশচাৰী ৰাকেশ শৰ্মাৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)