সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ পৃথিৱীৰ প্ৰথম লিখিত পৰীক্ষা কেতিয়া ক'ত আৰম্ভ হয়?
উত্তৰ- কেমব্ৰিজৰ ট্ৰিনিটি কলেত ১৭০২ চনত।

২/ চীনৰ চৰকাৰী সংবাদ সংস্থাৰ নাম কি? 
উত্তৰ- জিনহুৱা।

৩/ আয়ন শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?
উত্তৰ- মাইকেল ফেৰাডেই।

৪/ নেলছন মেণ্ডেলাই কোনখন জেলৰ পৰা মুক্তি লাভ কৰিছিল?
উত্তৰ- ভিক্টৰ ভাষ্টৰি।

৫/ মালয়েছিয়াৰ জাতীয় বিমান পৰিবহণ বিভাগটোৰ নাম কি?
উত্তৰ- মাচ।

৬/ কোনখন নাটক চাই থকাৰ সময়ত আব্ৰাহম লিংকনক হত্যা কৰা হৈছিল?
উত্তৰ- "আৱাৰ আমেৰিকাৰ কাজিনচ" ।

৭/ বিমানৰ ব্লেক বক্সৰ ৰং কি?
উত্তৰ- কমলা ৰং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)