মোৰ জীৱনটো নদীৰ দৰে - চিন্ময় হাজৰিকা

Aditi Tanti
0
মোৰ জীৱনটো সদায় 
বৈ যোৱা নৈ দৰে ,
ক'ত ক'ত ঠেকা খাই যায়
তাক ক'ব নোৱাৰোঁ ।
নদীৰ ঢৌ বোৰে কেনেকৈ 
খেলে মোৰ লগত ,
তুমি দেখিছা নহয়।
তেনেকৈয়ে তুমি খেলি আছা
মোৰ লগত ।
ই সদায় বৈ থাকিব 
অনন্ত কাললৈ ,
মৰমৰ নদীখনৰ দৰে 
মোৰ জীৱনটো এটি সুঁতি হৈ.....।
      
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)