Homeকবিতা মোৰ জীৱনটো নদীৰ দৰে - চিন্ময় হাজৰিকা February 21, 2022 0 মোৰ জীৱনটো সদায় বৈ যোৱা নৈ দৰে ,ক'ত ক'ত ঠেকা খাই যায়তাক ক'ব নোৱাৰোঁ ।নদীৰ ঢৌ বোৰে কেনেকৈ খেলে মোৰ লগত ,তুমি দেখিছা নহয়।তেনেকৈয়ে তুমি খেলি আছামোৰ লগত ।ই সদায় বৈ থাকিব অনন্ত কাললৈ ,মৰমৰ নদীখনৰ দৰে মোৰ জীৱনটো এটি সুঁতি হৈ.....। Tags: কবিতা চিন্ময় হাজৰিকা