সাকোঁ | ড° আৰাধনা বৰুৱা

©Admin
0
ঘৰখনৰ মুখিয়াল দীনবন্ধু বৰুৱাই অৱশেষত সিদ্ধান্ত ল'লে ঘৰৰ বাকীসকলক বুজাই বঢ়াই ভতিজাকৰ বিয়াখন কাষৰ গাঁৱৰ যদুৰামৰ জীয়েকৰ সৈতেই পাতি দিব।  

             বত্ৰিশ বছৰৰ আগতে ককাদেউতাকৰ অটল সিদ্ধান্তৰ বাবেই এদিন তেওঁ আৰু যদুৰামৰ সম্বন্ধীয়া ভনীয়েকে সমান্তৰাল ৰেখাৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল I

              তেওঁ বুজে সমান্তৰাল ৰেখাৰ পুনৰ সৃষ্টি কৰাতকৈ সাঁকো গঢ়াটোহে অধিক প্ৰয়োজনীয় I

                 
                             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)