সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১) তলত দিয়া কোনটো পৰিৱেশত  আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয় ?
উত্তৰ- গভীৰ সমুদ্ৰ
২) পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ বিধৰ নাম কি?
উত্তৰ- শাল গছ।
৩) আয়'ডিনৰ  অভাৱত  কি ৰোগ হয়?
উত্তৰ-  গৰল
৪)নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী  বোলা হয় ?
উত্তৰ- প্ৰবাহমান জলজ ( lotic)
৫) ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উত্তৰ- ড°  এম.এচ. স্বামীনাথন
৬) ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস  কেতিয়া পালন কৰা হয়?
 উত্তৰ- ৩০ জানুৱাৰী 
৭) বসন্ত ৰোগৰ  বীজাণুৰ নাম কি? 
উত্তৰ- ভেৰিছেলা জ'ষ্টাৰ ভাইৰাছ
৮) জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ- ৰেবিজ ভাইৰাছ
৯) কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি ?
উত্তৰ-মাইক' বেক্টেৰিয়াম  লেপ্ৰি ।
১০) গ্ৰীণ হাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে?
উত্তৰ- অৱলোহিত ৰশ্মি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)