দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক

Rinku Rajowar
0
প্ৰশ্ন : ১) ডাইনামো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মাইকেল ফেৰাডে (ইংলেণ্ড)।

প্ৰশ্ন : ২) আপেক্ষিকতাবাদ তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।

প্ৰশ্ন : ৩) ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মেডাম কুৰী আৰু পিয়েৰ কুৰী (ফ্ৰান্স)।

প্ৰশ্ন : ৪) টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন লগি বেয়াৰ্ড (ব্ৰিটেইন)।

প্ৰশ্ন : ৫) ইলেকক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ যোছেফ টমছন (গ্ৰেট ব্ৰিটেইন)।

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)