সৌৱা তাই আকৌ আহিছে | সমৰজিৎ তাঁতী

0
শিৰিষৰ দেশত 
সেউজীয়া ধাৰাত
তাই আকৌ আহিছে

চৌদিশে কেৱল
মৌনতা নিৰাশা
অশ্ৰু নয়ন

কৰোণাই কাল ৰূপ লৈ
কাঢ়ি নিছে 
নতুন চিন্তাৰ
নতুন দিন

মাক্স ছেনিতাইজাৰে
মোকলাইছে
নৱ সন্ধান।


                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)