মোৰ লক্ষ্য- গীতাশ্ৰী বড়া

 জন্ম হ'লো যিদিনা এই পৃথিৱীত
 চকু মেলি দেখিলো আই জননীক,
এদিন দুদিন কৰি ডাঙৰ হৈ আহিলো ভাগ্যৰ লিখনত দুখীয়া ঘৰত জন্ম হ'লো, 
এসাজ খাঁও ভাত , এসাজ নাখাঁও
ফতা -চিতা কাপোৰ পিন্ধি স্কুললৈ যাঁও,
যদিও মই এই পৃথিৱীত দুখীয়া হ'লো দেশৰ কাৰণে ,দহৰ কাৰণে জীয়াই থকাৰ প্ৰতিজ্ঞাৱদ্ধ হ'লো।
              
✍️গীতাশ্ৰী বড়া

Post a Comment

Previous Post Next Post