জন্ম হ'লো যিদিনা এই পৃথিৱীত
চকু মেলি দেখিলো আই জননীক,
এদিন দুদিন কৰি ডাঙৰ হৈ আহিলো ভাগ্যৰ লিখনত দুখীয়া ঘৰত জন্ম হ'লো,
এসাজ খাঁও ভাত , এসাজ নাখাঁও
ফতা -চিতা কাপোৰ পিন্ধি স্কুললৈ যাঁও,
যদিও মই এই পৃথিৱীত দুখীয়া হ'লো দেশৰ কাৰণে ,দহৰ কাৰণে জীয়াই থকাৰ প্ৰতিজ্ঞাৱদ্ধ হ'লো।
✍️গীতাশ্ৰী বড়া