সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Aditi Tanti
0
প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?

উঃ পুটোনিয়াম।

.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?

উঃ বৃটেইন ।

.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?

উঃ ৰেডন।

.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?

উঃ নাইট্ৰজেন অক্সাইড।

.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।

উ: টিন আৰু সীহৰ ধাতু।
.প্ৰশ্ন: "বেঘনীসেহাসুৰ" - কি?

উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে - বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।

.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ মার্কনী।

.প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?

উ: উইলিয়াম কেক্সটোন ।

.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?

উ: লাে, নিকেল আৰু কোবাল্ট।

.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?

উঃ উইলহেম বণ্টজেন ।

.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?

উঃ ফ্রিয়ন ।

.প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?

উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)