২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।
◾১৯৯১ - শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।
◾১৯৪৯ - সৰোজিনী নাইডুৰ মৃত্যু , ভাৰতীয় স্বাধীনতা সংগ্ৰামী। (জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৮৭৯)
Tags:
আজিৰ দিনটোৰ বিশেষত্ব