১১ এপ্ৰিল আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
🛑১১ এপ্ৰিল (ইংৰাজী: 11 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০১তম (অধিবৰ্ষত ১০২তম) দিন। বছৰ শেষ হ'বলৈ ২৬৪ দিন বাকী আছে।

⭕ঘটনাৱলী 
১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।
১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।
⭕জন্ম
১৮৬৯ - কস্তুৰবা গান্ধী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী। (মৃত্যু: ২২ ফেব্ৰুৱাৰী, ১৯৪৪)
১৮৮৯ - হৰিপ্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক আছিল। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
১৯০৪ - কুন্দনলাল সেয়গল, ভাৰতীয় সঙ্গীত শিল্পী আৰু অভিনেতা। (মৃত্যু: ১৮ জানুৱাৰী,১৯৪৭)
১৯৯১ - পুনম পাণ্ডে, ভাৰতীয় মডেল তথা অভিনেত্ৰী।

⭕দিৱস 
জাতীয় নিৰাপদ মাতৃত্ব দিৱস, ভাৰত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)