তফাৎ - হিমাশ্ৰী বৰা

©Admin
0
গৃহস্থৰ 'মায়া শৰ্য্যা মাজে আছয় ঘুমটি যাই' ৰে কাকূতিৰ আশীৰ্বাদত দুজন পাঠেকিয়ে গাঁওখনৰ দুইমূৰে দুঘৰত একেসময়তে উচ্চাৰিলে - 'জীৱক কৰা পৰিত্ৰাণ' ।
এঘৰত ধৰাশায়ীৰ মুক্তি কামনাৰ্থে জ্বলি থকা চাকিগছিৰ তেল কমি আহিল । সিঘৰলৈ নতুন আলহীৰ আগমনত ধূপৰ সুগন্ধিয়ে চৌপাশ আমোলমোলাই থাকিল ।

✍🏻হিমাশ্ৰী বৰা
     তিনিচুকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)