৭ মে' ইতিহাসৰ পাতত আজিৰ দিনটো

0
  • ১৮৩২ চনৰ আজিৰ দিনটোত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়।
  • ১৮৪৯ চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰুজন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
  • ১৯৮৯ চনৰ আজিৰ দিনটোত জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত।
  • ২০০৫ চনৰ আজিৰ দিনটোত অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)