২৭ মে' - ইতিহাসত আজিৰ দিনটো

⚫১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।

⚫১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।

⚫আজি নাইজেৰিয়াৰ শিশু দিৱস

Post a Comment

Previous Post Next Post