সাধাৰণ জ্ঞান- প্ৰথম অসমীয়া সাহিত্য

Rinku Rajowar
0
১/প্রথম অসমীয়া উপন্যাস - পদ্মনাথ গোহাঞি বৰুৱাৰ"ভানুমতী" ।
২/ইংৰাজীৰ পৰা অসমীয়ালৈ অনূদিত প্রথম উপন্যাস -"যাত্রিকৰ যাত্রা" ( Pilgrim's Progress)
৩/ অসমীয়া ভাষাৰ প্রথম গদ্যৰচনা - ভট্টদেৱৰ "কথা -গীতা"।
৪/অসমীয়া ভাষাৰ প্রথম চুটি গল্পৰ লেখক - লক্ষ্মীনাথ বেজবৰুৱা ।
৫/জন-জাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাস-ৰজনীকান্ত বৰদলৈৰ"মিৰি জীয়ৰী" ।
৬/প্রথম অসমীয়া 'চনেট' পুথি - হিতেশ্বৰ বৰবৰুৱাৰ 'মালচ' ।
৭/প্রথম অসমীয়া 'চনেট'-হেমচন্দ্র গোস্বামীৰ"প্রিয়তমাৰচিঠি"।
৮/সাহিত্য একাডেমী পুৰস্কাৰপ্রাপ্ত অসমীয়া উপন্যাস- ড` বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ"ঈয়াৰুইঙ্গম"।
৯/প্রথম অসমীয়া পত্র উপন্যাস -বিষ্ণু কিংকৰ কলিতাৰ "চিন্তা"।
১০/ কথাছবিৰ ৰূপ পোৱা প্রথম অসমীয়া উপন্যাস- ৰজনীকান্ত বৰদলৈৰ "মনোমতী"।
১১/প্রথম অসমীয়া যথার্থ ঐতিহাসিক উপন্যাস- লক্ষ্মীনাথ বেজবৰুৱাৰ -"পদুমকুঁৱৰী"।
১২/অসমীয়া ভাষাৰ প্রথম কবিতা পুথি - হেমসৰস্বতীৰ"প্রহ্লাদ চৰিত" ।
১৩/প্রথম অসমীয়া কথা-কবি- যতীন্দ্রনাথ দুৱৰা ।
১৪/সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া কবিতাপুথি - যতীন্দ্রনাথদুৱৰাৰ "বনফুল"।
১৫/প্রথম অসমীয়া শিশু উপন্যাস - "পাতালপুৰী"(হৰগোবিন্দ শর্মা
১৬/অসমীয়া ভাষাত প্রথম প্রকাশিত ভ্রমণ কাহিনী-ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ-"ছুইজাৰলেণ্ডভ্রমণ"।
১৭/"জ্ঞানপীঠ"পুৰস্কাৰপ্রাপ্ত প্রথম অসমীয়া উপন্যাস- ডঃ বীৰেন্দ্র

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)