অসমীয়া প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
(১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।

(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ।

(৩) চ'মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।

(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- 'বনকুৱৰী'। কবি চন্দ্ৰকুমাৰ আগৰৱালা।

(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- 'বনফুল'।

(১০) ‘বনফুলৰ' কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।

(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।

(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?
উত্তৰ:- তেজপুৰ।

(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?
উত্তৰ:- Rafale Fighter Jet.

(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।

(১৬) হাৱা মহল ক'ত অৱস্থিত?
উত্তৰ:- জয়পুৰত।

(১৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(১৮) অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?
উত্তৰ:- বোকাজান।

(১৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(২০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

(২১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?
উত্তৰ:- অমিত শ্বাহ।

(২২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

(২৩) অৰ্জুন বঁটা ক'ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

(২৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(২৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।

(২৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।

(২৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন'বেল বঁটা পাইছিল?
উত্তৰ:- ১৯১৩ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)