বানে আনে দুখৰ জাননী- চিন্ময় ডেকা

Rinku Rajowar
0
জীৱকুল-পক্ষীকুল
ভয়াৱহ গৰাহত !
পাহাৰ-ভৈয়ামৰ পৰা
নিগৰি আহে ,
বানৰ প্ৰবল সোঁত
"বানে আনে দুখৰ জাননী
গৃহহীন হয়...
সহস্রাধিক নৰ-নাৰী।"
নৈ'ৰ দাঁতিকাষৰীয়া লোকৰ
অজস্র আলৈ-আথানি ।
জীৱকুলৰ নাই
অকণো ভৰষা ।
খাদ্য , বিশুদ্ধ পানীৰ সংকটে
বিৰাজ কৰিছে জীৱনত
ভৰ বাৰিষাৰ কালত ।
ক্ৰমশঃ
বানে আনে দুখৰ জাননী ,
হওঁ আৰ্তজনৰ সৈতে আমি সমভাগী ।

✍️চিন্ময় ডেকা, টংলা ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)