Homeকুইজ সাধাৰণ জ্ঞান- কুইজ May 05, 2022 0 ১/বিশ্বকাপ ফুটবলৰ ট্ৰফিটোৰ উচ্চতা কিমান?উত্তৰ- ১২ ইঞ্চি ।২/বিশ্বত সমবায় সংস্থা প্ৰথম কত গঠন হৈছিল?উত্তৰ- ব্ৰিটেইনত।৩/ বিশ্বত প্ৰথম খ্ৰীষ্টমাছ কাৰ্ড ছপাৰূপত কিমান চনত প্ৰকাশ পাইছিল?উত্তৰ- ১৮৪৩ চনত।৪/ বিশ্বত প্ৰথম অনাতাঁৰ কিমান চনত প্ৰচাৰ আৰম্ভ হৈছিল। সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ। Tags: কুইজ সাধাৰণ জ্ঞান