সাধাৰণ জ্ঞান- কুইজ

১/বিশ্বকাপ ফুটবলৰ ট্ৰফিটোৰ উচ্চতা কিমান?
উত্তৰ- ১২  ইঞ্চি ।

২/বিশ্বত সমবায় সংস্থা প্ৰথম কত গঠন হৈছিল?
উত্তৰ- ব্ৰিটেইনত।

৩/ বিশ্বত প্ৰথম খ্ৰীষ্টমাছ কাৰ্ড  ছপাৰূপত কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ- ১৮৪৩ চনত।

৪/ বিশ্বত প্ৰথম অনাতাঁৰ কিমান চনত প্ৰচাৰ আৰম্ভ হৈছিল।
 

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post