৫ মে' ইতিহাসত আজিৰ দিনটো

©Admin
0
৫ মে' (ইংৰাজী: 5 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰ শেষ হ'বলৈ ২৪২ দিন বাকী থাকে। আজিৰ দিনটোতে ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/আজিৰ দিনটোতে ১৯১২ চনৰ ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়।

২/ আজিৰ দিনটোতে ১৮১৮ চনত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হয়।

৩/ আজিৰ দিনটোতে ১৯২৮ চনৰ  প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰাৰ মৃত্যু হয়।

৪/ আজিৰ দিনটোতে ২০০৬ চনত প্ৰসিদ্ধ সংগীত শিল্পী নৌছাদৰ মৃত্যু হয়।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)