সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
প্ৰশ্ন: অসমৰ পৰা কিমান জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ: সাতজন।
প্ৰশ্ন: অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ: বোকাজান।
প্ৰশ্ন: অসম এছ'ছিয়েচন কোন চনত গঠন হৈছিল?
উত্তৰ: ১৯০৩ ।
প্ৰশ্ন: কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰ: ১৯৬১ ।
প্ৰশ্ন: অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?
উত্তৰ: কাৰ্বি আংলং।
প্ৰশ্ন: অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত?
উত্তৰ: গুৱাহাটী।
প্ৰশ্ন: অসমত দিয়া চলাইৰ কাৰখানা ক'ত অৱস্থিত?
উত্তৰ: ধুবুৰী 
প্ৰশ্ন: অসমৰ জলপথত কিমান চনত জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ: ১৮৪৭ ।
প্ৰশ্ন: অসমৰ কোনখন পাহাৰীয়া চহৰ ?
উত্তৰ: হাফলং।
প্ৰশ্ন: সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰ: ২০০০ চনত।
প্ৰশ্ন: অসমৰ প্ৰখ্যাত মন্দিৰ 'উমানন্দ' কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ১৬৯৪ খ্ৰীষ্টাব্দত।
প্ৰশ্ন: অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অৱস্থিত?
উত্তৰ: যোৰহাট।
প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অৱস্থিত?
উত্তৰ: যোৰহাটৰ টোকলাইত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)