২৩ মে' ইতিহাসত আজিৰ দিনটো

Aditi Tanti
0
🔴২৩ মে' (ইংৰাজী: 23 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম) দিন। বছৰ শেষ হ'বলৈ ২২২ দিন বাকী থাকে।

⭕ঘটনাৱলী
১৭৮৫ - আমেৰিকান ৰাজনীতিনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ এভাৰেষ্টত আৰোহণ।
১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

⭕জন্ম
১৭০৩ - কেৰ'লাছ লিনিয়াছৰ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
১৮৪৮ - অটো লিলিয়েনথাল, উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
১৮৯১ - পাৰ ফবিয়ান লাগেৰভিষ্ট,ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

⭕মৃত্যু
১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
২০১৭ - ৰ'জাৰ মুৰ, বৃত্ৰিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
⭕দিৱস 
বিশ্ব কাছ দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)