সাধাৰণ জ্ঞান -কুইজ

Aditi Tanti
0
প্ৰ: কোন গৰাকী ভাৰতীয় খেলুৱৈয়ে অলিম্পিকত প্ৰথম ব্যক্তিগত পদক জয় কৰিছিল?
উত্তৰ: কে ডি যাদৱ।

প্ৰ: অলিম্পিক গেমছৰ মহিলা বেডমিণ্টন শাখাত পদক লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ কোন?
উত্তৰ: ছাইনা নেহৱাল ।

প্ৰ: স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ: ড° ৰাজেন্দ্ৰ প্ৰসাদ।

প্ৰ: ভাৰতৰ কোন গৰাকী ব্যক্তিয়ে প্ৰথম নোবেল বঁটা লাভ কৰিছিল?
উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্ৰ: ভাৰতৰ প্ৰথম আই, চি, এছ, বিষয়া গৰাকী কোন আছিল?
উত্তৰ: সত্যেন্দ্ৰনাথ ঠাকুৰ।

প্ৰ:স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? 
উত্তৰ: জৱাহৰলাল নেহৰু।

প্ৰ:এছিয়ান গেমছৰ জিমনাষ্টিক শাখাত পদক লাভ কৰা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ জনৰ নাম কি?
উত্তৰ: আশীষ কুমাৰ।

প্ৰ: ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয় খনৰ নাম কি? 
উত্তৰ: অন্ধ্ৰপ্ৰদেশ বিশ্ববিদ্যালয়।

প্ৰ: ভাৰতৰ প্ৰথম ৰাজ্যসভাৰ অধ্যক্ষ কোন আছিল? 
উত্তৰ: এছ, ভি, কৃষ্ণমূৰ্তি।

প্ৰ: ভাৰতৰ প্ৰথম মহাবিদ্যালয় খনৰ নাম কি?
উত্তৰ: ফ'ট উইলিয়াম মহাবিদ্যালয়।

প্ৰ:‌ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন‌ আছিল?
উত্তৰ: লালা অমৰনাথ।

প্ৰ: ভাৰতৰ প্ৰথম দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন?
উত্তৰ: দেৱীকা ৰাণী।

প্ৰ: ভাৰতৰ প্ৰথম মহাকাশচাৰী জনৰ নাম কি?
উত্তৰ: ৰাকেশ শৰ্মা।

প্ৰ: হিন্দী লৈ অনুবাদ কৰা প্ৰথম হলিউড চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ: জুৰাশিক পাৰ্ক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)