অক্ষিজল- মোহাইমিনুৰ ৰহমান

©Admin
0
ৰাতিপুৱাই ফোনত একমাত্ৰ কন্যাৰ হিয়াভগা কান্দোন শুনি মাতৃৰ বুকুত তাণ্ডৱ সৃষ্টি কৰি গ'ল অচিনাকি ধুমুহা বতাহ এজাকে।কি কৰিব।দুখীয়া হোৱাটো পাপ নেকি?কন্যাৰ সংসাৰ ৰক্ষা কৰাৰ একমাত্ৰ সম্বল এতিয়া উপাৰ্জনৰ বাট মোকলাই দিয়া খীৰতী গাইজনী।যাৰ বিনিময়ত শুৱনি হ'ব নৱবিবাহিতা কন্যাৰ মানুহ বহা ঘৰ।কিন্তু গোহালিৰ দৰ্জাখন খুলি দেখিলে সকলো শূন্য বিষাদৰ অক্ষিজলৰ বাহিৰে।
               


মোহাইমিনুৰ ৰহমান।
কেন্দ্ৰ সমন্বয়ক তথা বিশেষ শিক্ষক
আৰোহণ পুনৰসংস্থাপন কেন্দ্ৰ,পাঞ্জাবাৰী,



  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)