সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
হাৱা মহল ক'ত অৱস্থিত ?
উত্তৰ: জয়পুৰ
বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?
উত্তৰ: অমিত শ্বাহ 
অৰ্জুন বঁটা ক'ত দিয়া হয়?
উত্তৰ: ক্ৰীড়া ক্ষেত্ৰত
প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি?
উত্তৰ: ৰাম - নৱমী 
অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ খনৰ নাম কি?
উত্তৰ: হাফলং
ভাৰতে ৰাছিয়াৰ পৰা কিনা যুদ্ধ বিমান খনৰ নাম কি?
উত্তৰ: Rafael Fighter jet
অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰ খনৰ নাম কি?
উত্তৰ: তেজপুৰ
ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে ?
উত্তৰ : আহোমসকলৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)