আজিৰ দিনটোৰ বিশেষত্ব ১৮ জুন

©Admin
0
◾১৮৫৭ চনৰ আজিৰ দিনটোতে বিখ্যাত 'ৱাটাৰ্লু যুদ্ধ'ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়। 
◾১৯৫৬ চনৰ আজিৰ দিনটোতে হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়। 
◾১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)