উত্তৰ: চাৰ জৰ্জ কেম্পবেল।
২) অসমীয়া সাহিত্যৰ 'ৱাল্টাৰ স্কট' বুলি কাক কোৱা হয়...???
উত্তৰ: ৰজনীকান্ত বৰদলৈ।
৩) অসমীয়া সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি...???
উত্তৰ: চন্দ্ৰকান্ত অভিধান।
৪) ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট...???
উত্তৰ: কমেডী অব এৰৰ্ছ।
৫) কোনে অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি ৰচনা কৰে...???
উত্তৰ: ১৮৫০ চনত এলিজা ব্ৰাউনে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ