সাধাৰণ জ্ঞান

১) অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰা ব্যক্তিগৰাকী কোন....???
উত্তৰ: চাৰ জৰ্জ কেম্পবেল।

২) অসমীয়া সাহিত্যৰ 'ৱাল্টাৰ স্কট' বুলি কাক কোৱা হয়...???
উত্তৰ: ৰজনীকান্ত বৰদলৈ।

৩) অসমীয়া সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি...???
উত্তৰ: চন্দ্ৰকান্ত অভিধান।

৪) ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট...???
উত্তৰ: কমেডী অব এৰৰ্ছ।

৫) কোনে অসমীয়া ভাষাত প্ৰথম সাধুকথাৰ পুথি ৰচনা কৰে...???
উত্তৰ: ১৮৫০ চনত এলিজা ব্ৰাউনে।

Post a Comment

Previous Post Next Post