সাধাৰণ জ্ঞান- কুইজ

১) প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি..???
উত্তৰ: পদ্মাৱতী দেৱফুকননী।

২) অসমত প্ৰথম ইংৰাজী অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে...???
উত্তৰ: বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য্যই।

৩) অলিভাৰ টি কট্টাৰ কোন আছিল...???
উত্তৰ: অলিভাৰ টি কট্টাৰ অসমৰ প্ৰথম বাৰ্তালোচনী "অৰুনোদই"ৰ প্ৰতিষ্ঠাপক মুদ্ৰক আছিল।

৪) অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল...???
উত্তৰ: ডাঃ ৰজনীপ্ৰভা শইকীয়া।

৫) বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য কোন...???
উত্তৰ: ডক্টৰ অমৰজ্যোতি চৌধুৰী।

Post a Comment

Previous Post Next Post