উত্তৰ: পদ্মাৱতী দেৱফুকননী।
২) অসমত প্ৰথম ইংৰাজী অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে...???
উত্তৰ: বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য্যই।
৩) অলিভাৰ টি কট্টাৰ কোন আছিল...???
উত্তৰ: অলিভাৰ টি কট্টাৰ অসমৰ প্ৰথম বাৰ্তালোচনী "অৰুনোদই"ৰ প্ৰতিষ্ঠাপক মুদ্ৰক আছিল।
৪) অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল...???
উত্তৰ: ডাঃ ৰজনীপ্ৰভা শইকীয়া।
৫) বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য কোন...???
উত্তৰ: ডক্টৰ অমৰজ্যোতি চৌধুৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ