আজিৰ দিনটোৰ বিশেষত্ব- ২৪ জুন

©Admin
0
২৪ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৫তম (অধিবৰ্ষত ১৭৬তম) দিন। বছৰ শেষ হ'বলৈ ১৯০ দিন বাকী থাকে। আজিৰ দিনটোৰ বিশেষ কিছু ঘটনাৱলী-

১) আজি কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ ৬২ তম প্ৰতিষ্ঠা দিৱস।

২) দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয় ২০১১ চনৰ আজিৰ তাৰিখতে।

৩) ১৯৬৩ চনৰ আজিৰ দিনটোত ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।

৪) স্পেনিছ ক্লাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলা আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ লিঅ'নেল আন্দ্ৰেছ মেছি চমুকৈ, মেছিৰ জন্ম হৈছিল ১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতে।

৫) ভাৰতৰ প্ৰথম সশস্ত্ৰ বিপ্লৱী ৰূপে খ্যাত দামোদৰ হৰি ছাপেৰকাৰৰ জন্ম হয় ১৮৬৯ চনৰ আজিৰ দিনটোত।

৬) প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতী’ৰ সম্পাদক কমলালয়া কাকতিৰ মৃত্যু হয় ১৯৪৬ চনৰ আজিৰ দিনটোত।

৭) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি 'বৰাহগিৰি বেংকটগিৰি’ৰ ৮৫ বছৰ বয়সত মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)