১৩ জুন ইতিহাসত আজিৰ দিনটো

Aditi Tanti
0
🛑১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰ শেষ হ'বলৈ ২০১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

⭕ঘটনাৱলী
১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।
⭕জন্ম
১৭৭৩ - টমাছ ইয়ং, ইংৰাজ পদাৰ্থ বিজ্ঞানী।
১৮৩১ - জেমচ্ ক্লাৰ্ক মেক্সৱেল, বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক।
১৮৬৫ - উইলিয়াম বাটলাৰ ইয়েটছ, আইৰিছ কবি আৰু নাট্যকাৰ।
১৮৯৪ - মিত্ৰদেৱ মহন্ত অধিকাৰী (চমুকৈ, মিত্ৰদেৱ মহন্ত), অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা।
⭕মৃত্যু
২০২১ - চনৰ আজিৰ দিনটোতে ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক নিৰ্মল চাইনীৰ মৃত্যু হৈছিল।
⭕দিৱস
সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।
হাঙ্গেৰীৰ উদ্ভাৱক দিৱস।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)