এইয়াই আছিল মোৰ শেষ দিন- হীৰক কলিতা

যদিও মোৰ শেষ দিন
তথাপিও মই বহুত সুখী
সিদিনা মোৰ উশাহটো
ল'বলৈ বহুত কষ্ট হৈছিল
মোৰ প্ৰিয়তমা মোৰ কাষতে
বহি মোৰ হাতত ধৰি আছিল
মোৰ সৰু ল'ৰা-ছোৱালী হাল
মোৰ কাষতে বহি আছিল বৰ
কৰুণ কাহিনী । 
কিবা এটা ক'বলৈ মই
ৰৈ গৈছিলো বৰ কষ্ট হৈছিল
ভয়াৱহ জড়তাই খামুচি
ধৰিছিল মোৰ বুকুত
তথাপিও মই সুখী শেষ
মূহুৰ্তলৈ মোৰ পৰিয়াল 
মোৰ কাষতে আছিল
আৰু এয়াই আছিল
মোৰ শেষ দিন.....!!!
          ( বিদায় )

Post a Comment

Previous Post Next Post