তথাপিও মই বহুত সুখী
সিদিনা মোৰ উশাহটো
ল'বলৈ বহুত কষ্ট হৈছিল
মোৰ প্ৰিয়তমা মোৰ কাষতে
বহি মোৰ হাতত ধৰি আছিল
মোৰ সৰু ল'ৰা-ছোৱালী হাল
মোৰ কাষতে বহি আছিল বৰ
কৰুণ কাহিনী ।
কিবা এটা ক'বলৈ মই
ৰৈ গৈছিলো বৰ কষ্ট হৈছিল
ভয়াৱহ জড়তাই খামুচি
ধৰিছিল মোৰ বুকুত
তথাপিও মই সুখী শেষ
মূহুৰ্তলৈ মোৰ পৰিয়াল
মোৰ কাষতে আছিল
আৰু এয়াই আছিল
মোৰ শেষ দিন.....!!!
( বিদায় )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ