প্ৰতিহিংসা- সুশান্ত দাস

©Admin
0
জীৱনৰ প্ৰতিটো ক্ষণত সুলেখাৰ নবৌয়েকৰ প্ৰতি হিংসা জাগিব ধৰিল; কাৰণ এটাই ‘ধন-সম্পত্তি’। নবৌয়েক নম্ৰ বাবেইটো সুলেখাই কটু বাক্য ক'লেও দুকাণ পাতি শুনি থাকে। কিন্তু হিংসাৰ কবলত পৰি ৰোৱা সুলেখাই জনা নাছিল যে তাইৰ প্ৰতিও নবৌয়েকৰ হিংসা জাগিছে কোনো কাৰণ নোহোৱাকৈ! এইয়াই আছিল হিংসাৰ বিপৰীতে হিংসা। ইয়াৰ কোনো সমাধান নোলাল আৰু দিনক দিনে বাঢ়িহে গ'ল আৰু দুয়োখন সংসাৰৰ মাজত এক বিশ্বযুদ্ধৰ সূচনা হ'ল। সুলেখাই যদি স্বল্প নম্ৰতা দেখুওৱাহেঁতেন ইয়াৰ সৃষ্টি নহ'লহেঁতেন আৰু এই দ্বন্দ্বৰ এক মাত্ৰ কাৰণ হৈ পৰিল এই প্ৰতিহিংসা!...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)