দোষ ঢাকিবলৈ দোষ

©Admin
0
   হাহাকাৰ
   আৰ্তনাদ
   চিৎকাৰ
   কোনে শুনিব ?

   আওপকীয়া কথাবোৰ
   আওপাকতে ৰʼল ।

   কাৰ দোষত
   কাক দোষী সজাব
   তাৰেই প্ৰতিযোগিতা চলিছে  

  দোষ ঢকাৰ দোষ
  উমনিৰ হাঁহক
  গুলিয়াব লাগে জানো ।

  চাপৰিলে মেঘ
  আঁতৰিব জানো ।।

      ✍️হেমেন হাজৰিকা
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)