সাধাৰণ জ্ঞান

Rinku Rajowar
0
(১) হাৱা মহল ক'ত অৱস্থিত?
উত্তৰ:- জয়পুৰত।

(২) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(৩) অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?
উত্তৰ:- বোকাজান।

(৪) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(৫) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)