২৩ জুলাই - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
◾১৫৫৫ চনৰ আজিৰ দিনটোতে হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে। 
◾১৯২৭ চনৰ আজিৰ দিনটোতে মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
◾১৯৩৭ চনৰ আজিৰ দিনটোতে য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
◾১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
◾১৯৯৯ চনৰ আজিৰ দিনটোতে টেলিস্কোপ 'চন্দ্ৰ' মহাকাশত স্থাপন কৰা হৈছিল।
◾২০০৫ চনৰ আজিৰ দিনটোতে ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
◾২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
◾২০১৩ চনৰ আজিৰ দিনটোতে লখিমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)